The Oath of The Vayuputras
Available
"আমিশ ত্ৰিপাঠী ভাৰতৰ প্ৰথম জন তাৰকা সাহিত্যিক"- কথাষাৰ কৈছে এজন বিশ্ববিখ্যাত তাৰকা চলচ্চিত্ৰ নিৰ্মাতা/পৰিচালক শেখৰ কাপুৰে আৰু কথাষাৰ উলেখ কৰা হৈছে "দ্য অ'থ অৱ দ্য বায়ুপুত্ৰয" গ্ৰন্থ খনৰ বেটুপাতত। শ্ৰোতাই গ্ৰন্থখনি শ্ৰৱণ কৰি উঠি অনুভৱ কৰিব যে শেখৰ কাপুৰ মহোদয়ে কথাষাৰ এনেই কোৱা নাই । শিৱ পূৰাণ সদৃশ আদর্শস্বৰূপ এই গ্ৰন্থখনিয়ে হৃদয় প্ৰদেশ আলোড়িত কৰি তোলে অৰ্থাৎ আত্মাৰ গভীৰতম প্ৰদেশ উন্মোচিত কৰে। বৰ্ণন...
Read more
Samples
Audiobook
mp3
24,99 €

Follow the Author