Chanakya Neeti

Available
0
StarStarStarStarStar
0Reviews
প্ৰাচীন ভাৰতৰ বিখ্যাত তত্ববিদ, দাৰ্শনিক, অৰ্থনীতিবিদ তথা শৌৰ্যশালী মৌৰ্য সম্ৰাটসকলৰ প্ৰধান পৰামৰ্শদাতা, কূটনীতিবিদ কৌটিল্য অথবা চাণক্যৰ নীতিসমূহ আজিৰ সময়তো প্ৰাসংগিক। সুস্থ জীৱন যাপনৰ বাবে বিভিন্ন পৰিস্থিতিত বিভিন্ন মানুহে লব পৰা সিদ্ধান্তসমূহৰ কথা সেই তাহানিতেই চাণক্যই কৈ গৈছে। বি.কে. চতুৰ্বেদীয়ে চাণক্যৰ বিষয়ে লিখি ঊলিওৱা চাণক্য সূত্ৰসমূহ সম্বলিত 'চাণক্য নীতি' এতিয়া শুনক ষ্টৰীটেলত।
Samples

Follow the Author

Options

  • ISBN: 9789356048256
  • Copy protection: None
  • Publication Date: Jan 1, 2022
  • Publisher: STORYSIDE IN
  • Language: Assamese
  • Format: mp3